"আমি অসমীয়া"ৰ পৃষ্ঠাত আপোনাৰ লেখা প্ৰকাশ হোৱাটো বিচাৰে নেকি? তেনেহ'লে পলম কিহৰ? আজিয়েই তলত উল্লেখ কৰা ই-পত্ৰ ঠিকনাত আপোনাৰ লেখা সমূহ আমালৈ পঠিয়াওক:
আমাৰ সৈতে যোগাযোগ:
গদ্য পঠিয়াবৰ বাবে ই-মেইল কৰক story@amiasomiya.org লৈ
পদ্য পঠিয়াবৰ বাবে ই-মেইল কৰক poem@amiasomiya.orgলৈ
প্ৰৱন্ধ-প্ৰসংগ, অনুভৱ আৰু অন্যান্য লেখা-মেলা ই-মেইল কৰক article@amiasomiya.org লৈ।
মন কৰিব:
* আমি অসমীয়া ই-আলোচনীত প্ৰকাশৰ বাবে আপুনি পঠিওৱা লেখাসমূহ সম্পূৰ্ণৰূপে Unicode ব্যৱহাৰ কৰি অসমীয়াত লিখা হোৱাতো বাধ্যতামূলক।
* MS Word / Note Pad / Word Pad নতুবা আন কোনো সম্পাদনশীল ফাইলত পঠোৱা লেখাহে বিবেচনা কৰা হব। বিশেষ অসুবিধা অবিহনে PDF/JPEG/TIFF/BITMAP ইত্যাদি Formatত পঠিওৱা কোনো লেখাকে আমাৰ আলোচনীৰ বাবে গ্ৰহণযোগ্য বুলি বিবেচনা কৰা নহ'ব।
* "অফলাইন" অৰ্থাৎ "ইন্টাৰনেট"ৰ লগত সম্পৰ্ক নথকা লেখক-লেখিকা সকলে আপোনালোকৰ লেখা-মেলা সমূহ তলৰ ঠিকনাত প্ৰেৰণ কৰিব পাৰিব। আমাৰ ঠিকনা:
১/ মাৰফৎ: মৃদুপৱন বৰুৱা, গোটানগৰ, জালুকবাৰি, গৃহ ক্ৰমাংক ৬৮, ৱাৰ্ড নম্বৰ ৪, গুৱাহাটী ৭৮১০৩৩
২/ বিশ্বজিত্ নাথ, বৰপাৰা, ৱাৰ্ড নং: ৫, অসম প্ৰেছৰ ওচৰত, ডাক আৰু জিলা: বঙাইগাঁও, পিন: ৭৮৩৩৮০
৩/ চন্দন বৰা, নাজিৰাজান, পো: অ: ছোটহয়বৰ, নগাঁও, অসম, ৭৮২০০১
অন্য যিকোনো সহায়-সহযোগিতা, দিহা-পৰামৰ্শ তথা মতামতৰ বাবে তলৰ ই-ঠিকনালৈ ই-মেইল প্ৰেৰণ কৰিব- editor@amiasomiya.org
No comments:
Post a Comment